১৬৯৯ চনত মহাৰজা জয় সিং, দ্বিতীয় অম্বৰৰ সিংহানত আৰোহণ।
১৮৫১ চনত ভাৰতৰ ‘জিঅ’লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়া’ প্ৰতিষ্ঠা।
১৯৩১ চনত গান্ধী-আৰউইন চুক্তি।
১৯৫৩ চনত ছোভিয়েট ৰাষ্ট্ৰনায়ক যোছেফ ষ্টেলিনৰ মৃ্ত্য়ু।
১৯৭৫ চনত সমাজসেৱক আৰু সাহিত্য়িক অমিয় কুমাৰ দাসৰ মৃত্য়ু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৫ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like