আজি ২৮ মে’

আজি আজেৰবাইজানৰ স্বাধীনতা দিৱস।

আজি ইথিওপিয়াৰ ৰাষ্ট্ৰীয় দিৱস।

 

১৫৭২ চনত ৰাণা প্ৰতাপ সিং মেৱাৰৰ ৰজা  হৈছিল।

১৮৮৩ চনত ইংৰাজী ভাষা অভিধান ৰচয়িতা নোৱা ৱেবষ্টাৰৰ মৃত্যু।

১৮৮৩ চনত বিল্পৱী, স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ  ছাভাৰকাৰৰ মৃত্যু।

১৯৫৬ চনত এক সমপৰ্ণ চুক্তি  অনুসৰি  পণ্ডিচেৰী আৰু তৎসংলগ্ন অঞ্চলত  ভাৰতৰ  অন্তৰ্ভুক্ত।

১৯৬১ চনত এমনেষ্টী ইন্টাৰনেচনেলৰ জন্ম।

১৯৯৫ চনত ৰাছিয়াৰ উত্তৰাংশৰ ছাখালিন  দ্বীপৰ নেষ্টগৰ্ষ্ক চহৰখনত প্ৰৱল  ভূমিকম্প ,২০০০ লোক মৃত্যু।

২০০৩ চনত লেফটেনেণ্ট জেনেৰেল অজয় সিঙক অসমৰ ৰাজ্যপাল ৰূপে নিযুক্তি ।

You might also like
Leave A Reply

Your email address will not be published.