➡️১৬৫৮ চনত ঔৰংগজেৱৰ দ্বাৰা পিতৃ শাহজাহানক আগ্রা দুর্গত বন্দী।
➡️১৯৩৬ চনত ইণ্ডিয়ান ব্রডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি। নতুন নাম অল ইণ্ডিয়া ৰেডিঅ’।
➡️১৯৪৮ চনত ভাৰত আৰু ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি। আৰম্ভণিতে এই বিমান সপ্তাহত এদিন কাইৰো আৰু জেনেভা হৈ চলিছিল। এয়াই ভাৰতৰ প্রথম আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা।
➡️ ১৯৬১চনত হলীউডৰ বিখ্যাত অভিনেতা ৰবাৰ্ট টেইলৰৰ মৃত্যু।
➡️ ১৯৬৬ চনত জেনেৰেল পি পি কুমাৰমংগলমৰ ভাৰতৰ সেনাবাহিনীৰ প্ৰধান ৰূপে কাৰ্যভাৰ গ্ৰহণ।
➡️ ১৯৬৯ চনত জেনেৰেল এছ এইচ এফ জে মানেকশ্ব’ৰ ভাৰতৰ সেনাবাহিনীৰ প্ৰধান ৰূপে কাৰ্যভাৰ গ্ৰহণ।
➡️ ১৯৯১ চনত পেৰিছত অনুষ্ঠিত ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাত মণিকা ছেলেছৰ হাতত আৰাজা ছানছেজ পৰাস্ত।
➡️ ১৯৯৯ চনত বিশ্বকাপ ক্ৰিকেটৰ ছুপাৰ ছিক্স পৰ্যায়ত ভাৰতৰ হাতত পাকিস্তান পৰাস্ত।
➡️ ২০০৪ চনত হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৯.৭৯ শতাংশ পৰীক্ষাৰ্থী উত্তীর্ণ।