আজি ১৫ জুন

আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস।

⏩আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস।

 

⏩আজি ইটালীত অভিযন্তা দিৱস।

 

⏩১২ ১৫ চনত ইংলেণ্ডৰ ৰজা (john) ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান। মেগ্নাকাৰ্টাৰ  জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসনত আইনৰ শাসন স্বীকৃত হয়।

 

⏩১৫৫৯ চনত ঔৰংগজেৱৰ আনুুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ।

 

⏩১৮৫৪ চনত কলকাতাৰ প্ৰাসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা।

 

⏩১৮৫৯ চনত  আনন্দৰাম  ঢেকিয়াল ফুকনৰ  মৃত্যু

 

⏩১৯১৬ চনত  মাৰ্কিন সমাজ-বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।

 

⏩১৯৩২ চনত গল্পকাৰ,ঔপন্যাসিক লক্ষ্মীনন্দন বৰাৰ জন্ম।

 

⏩১৯৩৭ চনত সমাজ সংস্কাৰক আন্না হাজাৰেৰ জন্ম।

 

⏩১৯৯১ চনত ভাৰত দশম সাধাৰণ নিৰ্বাচনৰ সামৰণি।

 

⏩২০০০ চনত মেচ ফিক্সিঙত জড়িত বুলি হান্সি ক্ৰ’নিয়েৰ স্বীকাৰোক্তি, বিশ্বজুৰি চাঞ্চল্য।

 

You might also like
Leave A Reply

Your email address will not be published.