আন্তর্জাতিক সমবায় দিবস।
১৩০৭ স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্রথম এডৱাৰ্ডৰ মৃত্যু। পুত্র দ্বিতীয় এডৱাৰ্ড ইংলেণ্ডৰ ৰজা।
১৭৬৩ মীৰজাফৰ পুনৰ বংগৰ নবাব।
১৮৯৬ ভাৰতলৈ চিনেমাৰ আগমন। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্রথম চিনেমা প্রদর্শন।
১৯৩০ ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু।
১৯০৫ লৰ্ড কাৰ্জনৰ বংগ বিভাজন ঘোষণা।
১৯৯০ মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষনেতা লালডেংগাৰ ৬৩ বছৰ বয়সত লণ্ডনত মৃত্যু।দবলৈ ১৯১ প্রখ্যাত উর্দু লেখিকা কার্টুন এন হাইদৰলৈ ১৯৮৯ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা।
১৯৯৬ ভাৰতীয় চলচ্চিত্ৰৰ শতবার্ষিকী উৎসৱ আৰম্ভ। ১৯৯৯ ওছামা বিন লাডেনক আশ্রয় দিয়াৰ অভিযোগত মার্কিন যুক্তৰাষ্ট্ৰৰ আফগানিস্তানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা।
বাটালিকত ভাৰতীয় সেনা আৰু পাক অনুপ্ৰৱেশকাৰীৰ মাজত ভয়াৱহ যুদ্ধ, ভাৰতীয় সেনাৰ জুবাৰ হাইট অধিকাৰ।
২০০৭ বিশ্বৰ নতুন সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত তাজমহল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like