আজি ২১ আগষ্ট

২১ আগষ্ট

১৯৯৫ ভাৰতীয় বিজ্ঞানী সুব্রাহ্মণ্যন চন্দ্ৰশেখৰৰ মৃত্যু।

 

১৯৮৮ উত্তৰ ভাৰত, পূব ভাৰত আৰু নেপালৰ নানা স্থানত ভূমিকম্প, ৭৫০জন লোক নিহত। সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।

 

* ইৰাক আৰু ইৰানৰ মাজত সাময়িক যুদ্ধবিৰতি।

 

১৯৩৮ কবি-নাট্যকাৰ গণেশ চন্দ্ৰ গগৈৰ মৃত্যু।

 

১৯৯১ লাটভিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।

 

১৯৭২ ভাৰতত বন সংৰক্ষণ আইন গৃহীত।

 

১৯৯৭ কৃষ্ণ কান্ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। ২০০২ চনলৈকে তেওঁ এই পদবীত কার্যনির্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.