২১ আগষ্ট
১৯৯৫ ভাৰতীয় বিজ্ঞানী সুব্রাহ্মণ্যন চন্দ্ৰশেখৰৰ মৃত্যু।
১৯৮৮ উত্তৰ ভাৰত, পূব ভাৰত আৰু নেপালৰ নানা স্থানত ভূমিকম্প, ৭৫০জন লোক নিহত। সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।
* ইৰাক আৰু ইৰানৰ মাজত সাময়িক যুদ্ধবিৰতি।
১৯৩৮ কবি-নাট্যকাৰ গণেশ চন্দ্ৰ গগৈৰ মৃত্যু।
১৯৯১ লাটভিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
১৯৭২ ভাৰতত বন সংৰক্ষণ আইন গৃহীত।
১৯৯৭ কৃষ্ণ কান্ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। ২০০২ চনলৈকে তেওঁ এই পদবীত কার্যনির্বাহ কৰে।