বকো শিঙৰাত বন্যহস্তীৰ মৃত্যু

 

বকো শিংৰাৰ পূৱ পালাহপাৰাত এটি বন্যহস্তীৰ মৃত্যু হয়। শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত মৃত্যু হয় দঁতাল বন্যহস্তীটোৰ।  বৰ্তমানলৈ বন্যহস্তীটোৰ মৃত্যুৰ তথ্য ফাদিল হোৱা নাই। বিগত দিন ধৰি বৃহত্তৰ অঞ্চলটোত সঘনাই বন্যহস্তীৰ মৃত্যু ঘটিছে। প্ৰতিকুল বতৰৰ মাজতে বন্যহস্তীটোক ধূপ-ধূনা আৰু ফুলেৰে শ্ৰদ্ধাঞ্জলী গঞাৰ। ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত থকা বুলি  জানিব পৰা গৈছে।

বকোৰ পৰা বিক্ৰম দাস NEBharat24 

You might also like
Leave A Reply

Your email address will not be published.