আজি ২৮ ছেপ্টেম্বৰ

আজি ২৮ ছেপ্টেম্বৰ

➡️১১০৬ ইংলেণ্ডৰ ৰজা প্ৰথম হেন্দ্ৰীৰ নৰ্মাণ্ডি অধিকাৰ। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ।
➡️১৮০৩ প্রখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম।’কলম্বো’ আৰু ‘কাৰমেন’ তেওঁৰ দুখন অনবদ্য উপন্যাস।
➡️১৮৩৭ ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহৰ (দ্বিতীয়) মোগল সিংহাসনত আৰোহণ। মোগল সাম্ৰাজ্যৰ শেষৰজন সম্রাট বাহাদুৰ শ্বাহে (দ্বিতীয়) চিপাহী বিদ্রোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়।
➡️১৮৯৫ ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু।
➡️১৯২৯ প্রবাদপ্রতিম কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম।
➡️১৯৮৯ ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফার্দিনাণ্ড মার্কোছৰ দেহাৱসান।
➡️১৯৮৯ নর্মদা উপত্যকা প্রকল্প বাতিলৰ দাবীত ভাৰতৰ বিভিন্ন ঠাইত ৬০,০০০ পুৰুষ-মহিলাৰ মধ্য প্রদেশত বিক্ষোভ প্রদর্শন।
➡️২০০১ জগমোহন ডালমিয়া ভাৰ্তীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদৰ অধ্যক্ষ নির্বাচিত।
➡️২০০২ বিপজ্জনকভাৱে গাড়ী চলোৱাৰ অভিযোগত হিন্দী চলচ্চিত্র অভিনেতা ছলমান খানক গ্ৰেপ্তাৰ, তেওঁৰ গাড়ীৰ খুন্দাত এজনৰ মৃত্যু।
➡️২০০৪ ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.