আজি ১৮ অক্টোবৰ

আজি ১৮ অক্টোবৰ

➡️১৮৭১ আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ বেবেজৰ মৃত্যু।
➡️১৯৩১ মার্কিন বিজ্ঞানী টমাছ আলভা এডিছনৰ মৃত্যু।
➡️১৯৫১ নতুন দিল্লীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫৭তম বার্ষিক অধিৱেশন আৰম্ভ। দুদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰে জৱাহৰলাল নেহৰুৱে।
➡️১৯৬৭ বিশ্বৰ প্ৰথমটো মহাকাশ টেলিস্কোপৰ উৎক্ষেপণ।
➡️১৯৯৫ উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতিৰ শাসন জাৰি, বিধানসভা ভংগ।
➡️১৯৯৮ ইণ্টাৰনেটৰ অন্যতম বাটকটীয়া জোনাথন পোষ্টেলৰ ৫৫ বছৰ বয়সত মৃত্যু।
➡️১৯৯৯ লোকসভাৰ বিৰোধী দলৰ নেত্ৰী ৰূপে ছোনিয়া গান্ধী নির্বাচিত।
➡️২০০১ ভাৰতীয় কণ্ঠশিল্পী আশা ভোঁছলেলৈ ২০০০ চনৰ দাদা চাহেব ফাল্কে বঁটা ঘোষণা।
➡️২০০১ এনথ্রাক্সৰ ভয়ত মার্কিন সংসদ বন্ধ।
➡️২০০২ শচীন তেণ্ডুলকাৰ বিশ্ব ক্রিকেটত ২০,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত।
➡️২০০৪ তামিলনাডুৰ স্পেচিয়েল টাস্ক ফ’ৰ্টৰ হাতত চন্দন কাঠৰ কুখ্যাত চোৰাং ব্যৱসায়ী বীৰাপ্পানৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.