ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত ০.৮৭ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৮৮৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৪ জনৰ। আনহাতে দেশৰ ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,১৯৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৯১ জন।

You might also like
Leave A Reply

Your email address will not be published.