ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ গণ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৪৫৫ গৰাকী । মৃত্যু ১০ গৰাকীৰ । মুঠ আক্ৰান্তৰ ৮৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ০.৬১% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ২৪,৮৯৭ । মৃত্যু ২৫১ গৰাকীৰ।
You might also like
Leave A Reply

Your email address will not be published.