দিল্লীৰ আদালতত গুলীচালনাত নিহত গেংষ্টাৰ

দিল্লীৰ ৰোহিনী আদালতত গুলীচালনা।গেংষ্টাৰ জীতেন্দৰ গোগী সহ চাৰিজন নিহত। গুলীচালনাত নিহত হৈছে এজন অধিবক্তাও।আদালতত গুলীচালনাক লৈ দিল্লীত তীব্ৰ চাঞ্চল্য। দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।।

You might also like
Leave A Reply

Your email address will not be published.