UPSCত উজলিল অসমৰ হাছানুজ্জামান

২০২০ বৰ্ষৰ UPSCৰ ফলাফল ঘোষণা।অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰীৰ ২৮৩ নং ৰেংক লাভ।হাছানুজ্জামান হাইলাকান্দিৰ লখিলবন্দ নিৱাসী AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। আহমেদ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।।

You might also like
Leave A Reply

Your email address will not be published.