ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৬৬ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪০৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৭ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১২২ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩২,৩৮২ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩১৮ জন।।

You might also like
Leave A Reply

Your email address will not be published.