গৰুখুঁটি কাণ্ডৰ আঁৰত কোন?

গৰুখুঁটিৰ ৰক্তাক্ত কাণ্ডৰ আঁৰত জড়িত PFI। সাংবাদিকক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ বন্ধ কৰাৰ বাবে স্থানীয় লোকৰ পৰা ২৮ লাখ টকা সৰকাই স্থানীয় লোকৰ পৰা বাচিবলৈ বেদখলকাৰীক উচতাইছিল PFI ৰ লগতে মহাবিদ্যালয়ৰ এজন অধ্যাপকে। কা আন্দোলনৰ সময়ৰে পৰা সন্দেহজনক স্থিতি লোৱা PFI ক নিষিদ্ধকৰণৰ বাবে কেন্দ্ৰক আৰ্জি ৰাজ্য চৰকাৰৰ।

You might also like
Leave A Reply

Your email address will not be published.