দেৱীৰ ঘোঁৰাত আগমন।ফল-ছত্ৰভঙ্গতুৰঙ্গম।সামাজিক, ৰাজনৈতিক তথা সামৰিক অস্হিৰতা।
২৪ আহিন,ইংৰাজী ১১ অক্টোবৰ/২০২১,সোমবাৰ।
পুৱা ৮-৩০ মিনিটৰ পৰা দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ।সন্ধ্যা দেৱীৰ বোধন,আমন্ত্ৰণ ও অধিবাস।
২৫ আহিন,ইংৰাজী ১২ অক্টোবৰ/২০২১,মঙ্গলবাৰ।
পুৱা ৮-২৯ মিনিটৰ পৰা ৯-১৭ মিনিটৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ,স্হাপন ও সপ্তমী বিহিত পূজা।
২৬ আহিন,ইংৰাজী ১৩ অক্টোবৰ/২০২১,বুধবাৰ।
পুৱা ৮-২০ মিনিটৰ ভিতৰত দেৱীৰ মহা অষ্টমী পূজা,চন্ডিপাঠ।ৰাতি ১০-৫০ মিনিটৰ পৰা ১১-৪৫ মিনিটৰ ভিতৰত দেৱীৰ অৰ্দ্ধৰাত্ৰি পূজা।
২৭ আহিন,ইংৰাজী ১৪ অক্টোবৰ/২০২১,বৃহস্পতিবাৰ।
পুৱা ৯-১৭ মিনিটৰ ভিতৰত দেৱীৰ মহা নৱমী পূজা,পূজাৰ অন্তত হোম আৰু কুমাৰী পূজা।
২৮ আহিন,ইংৰাজী ১৫ অক্টোবৰ/২০২১,শুক্ৰবাৰ।
পুৱা ৭-৪৫ মিনিটৰ ভিতৰত দেৱীৰ মহা দশমী বিহিত পূজা,দেৱীৰ বিসৰ্জন ও অপৰাজিতা পূজা।
দেৱীৰ দোলাত গমন।ফল- মৰকং ভৱেৎ।মাৰক,বহুমৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
এইবেলি দূৰ্গা পূজাৰ সবিশেষ A to Z
Prev Post
Next Post
You might also like