নিউজ ডেস্ক-
ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ২৭৩গৰাকী লোক। ৫ আক্ৰান্তৰ মৃত্যু। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.৬৩ শতাংশ। সুস্থতাৰ হাৰ ৯৮.৩৫।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১৭,৯৩০। মৃত্যুমুখত পৰিছে ২১৩ আক্ৰান্ত।।