ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

আজি ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ । ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাহত চিকিৎসা সেৱা। বহিঃ বিভাগৰ চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকিল চিকিৎসক। পুৱা ৮ বজাৰ পৰা ১১ বজালৈ অচল OPD।চিকিৎসকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ অভিযোগেৰে প্ৰতিবাদ চিকিৎসকৰ।।

You might also like
Leave A Reply

Your email address will not be published.