ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৩৮৪ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১৪৭ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৪ গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৬১ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৫,৭৩৪ গৰাকী লোক। মৃত্যুমুখত পৰিছে ২৩২ ক’ভিড আক্ৰান্ত।।

You might also like
Leave A Reply

Your email address will not be published.