ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ১৩৯ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৪৩ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৬ গৰাকী আক্ৰান্তৰ। পজিটিভিটীৰ হাৰ ০.৭১ শতাংশ।বৰ্তমানেও ৰাজ্যত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫১০ গৰাকী ৰোগী।

আনহাতে দেশত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ১৫,৯০৬ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৫৬১ কোভিড আক্ৰান্ত। আক্ৰান্তৰ হাৰ ০.৫১ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.