প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান

সমাগত দীপাৱলীক লৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনাত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্য চৰকাৰৰ সৈতে কোনো আলোচনা নকৰাকৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰা নিৰ্দেশনাক লৈ পৰ্যালোচনা হ’ব বুলি টুইট যোগে মন্তব্য মুখ্যমন্ত্ৰীৰ।।

You might also like
Leave A Reply

Your email address will not be published.