এসপ্তাহৰ আৰক্ষীৰ জিম্মাত আকাশ

৭ দিনৰ আৰক্ষীৰ জিম্মাত আকাশ চৌধুৰী।১৪ দিনৰ জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে। আকাশ চৌধুৰীৰ বিৰুদ্ধে মহানগৰীৰ ছাৰ্ভেৰ চন্দন নগৰত এহাল বৃদ্ধি দম্পতীক নৃশংস হত্যাৰ অভিযোগ। ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আকাশ চৌধুৰী।বৰুৱা দম্পতীৰ ঘৰত বহুবছৰ ধৰি কেয়াৰটেকাৰ হিচাপে কাম কৰিছিল আকাশে। আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত IPCৰ ৪৫৮/৩৮০/৩০২ ধাৰাত ৩৯০০/২১ নম্বৰ গোচৰ ৰুজু।।

You might also like
Leave A Reply

Your email address will not be published.