হেৰাই গ’ল আকাশবাণীৰ এক সোনালী কন্ঠ

চিৰদিনলৈ হেৰাই গ’ল আকাশবাণীৰ এক পৰিচিত কন্ঠ।সন্মোহনী কন্ঠস্বৰেৰে ৭০/৮০ৰ দশকত অনাতাঁৰ কেন্দ্ৰ যোগে বাতৰি পৰিবেশন কৰি অসমৰ শ্ৰোতাৰ হৃদয়ত খোপনি পোতা অৱন বৰপূজাৰী আৰু নাই। অনাতাঁৰৰ সমসাময়িক এক পৰিচিত নাম পত্নী বন্তি বৰপূজাৰীক অকলশৰীয়া কৰি পৰলোকলৈ গতি কৰিলে অৱন বৰপূজাৰীয়ে।বৰপূজাৰীৰ মৃত্যুত আকাশবাণীৰ এটা স্বৰ্ণিল যুগৰ যেন অবসান ঘটিল।।

You might also like
Leave A Reply

Your email address will not be published.