আজিৰ কেবিনেটত কি কি মূল সিদ্ধান্ত?

আজিৰ ৰাজ্যিক কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

▶️জিলাই জিলাই স্হাপন কৰা হ’ব পেঞ্চন সেৱা কেন্দ্ৰ
▶️লাভলীনা বৰগোহাঁইক DSP পদত নিযুক্তিত অনুমোদন
▶️চাকৰি কালতে কৰিব পাৰিব পেঞ্চনৰ আবেদন
▶️কৃতজ্ঞতা নামৰ এপৰ জৰিয়তে সহজে লাভ কৰিব পেঞ্চন
▶️NIC জীৱন প্ৰমাণ নামৰ এপৰ জৰিয়তে লাইফ চাৰ্টিফিকেট
▶️অৱসৰ গ্ৰহনৰ পিছদিনাই পাব পেঞ্চন।।

You might also like
Leave A Reply

Your email address will not be published.