RBIৰ গৱৰ্ণৰৰ কাৰ্যকাল বৃদ্ধি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গভৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল বৃদ্ধি। এক চৰকাৰী নিৰ্দেশ অনুসৰি ভাৰত চৰকাৰে শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) গভৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল ২০২৪ চনৰ ডিচেম্বৰ লৈকে বৃদ্ধি কৰে।

শক্তিকান্ত দাসক ১১ ডিচেম্বৰ, ২০১৮ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ২৫ সংখ্যক গভৰ্ণৰ হিচাপে নিযুক্ত কৰা হৈছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেটৰ নিযুক্তি সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.