ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি ক’ভিডৰ গণসংক্ৰমণ । মঙলবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ২৭০ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৭ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ১২৬ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। আক্ৰান্তৰ হাৰ ০.৭৫ % ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ১০,৪২৩ গৰাকী । আনহাতে মৃত্যু ৪৪৩ গৰাকী ব্যক্তিৰ ।। 
You might also like
Leave A Reply

Your email address will not be published.