গুৱাহাটীৰ অভিজাত বিদ্যালয়ত ক’ভিডৰ আতংক

NPS ইন্টাৰনেচনেল স্কুলৰ ১৬ ছাত্ৰ-ছাত্ৰী ক’ভিড পজিটিভ।দুদিনত ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।দৈনিক ১০০ ছাত্ৰ-ছাত্ৰীৰ কৰা হৈছিল ক’ভিড টেষ্ট। বন্ধ কৰা হৈছে বিদ্যালয় খনৰ অফলাইন পাঠদান। হোষ্টেল এৰি ঘৰাঘৰি উভতিছে ছাত্ৰ-ছাত্ৰী।ক’ভিড বিধি অনুসৰি হ’ব পৰীক্ষা,পাঠদান। বিদ্যালয় খোলাৰ পাছতে পুনৰ আৰম্ভ সংক্ৰমণ।।

You might also like
Leave A Reply

Your email address will not be published.