ছেবাৰ অধিনত অনুষ্ঠিত হ’ব পৰীক্ষা!

ছেবাৰ অধীনত অনুষ্ঠিত হ’ব দশম-একাদশ শ্ৰেনীৰ বিশেষ পৰীক্ষা। ১৫ ডিচেম্বৰৰ ভিতৰত বিশেষ ছমহীয়া পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ব্যৱস্থা ছেবাৰ।
পূৰ্বৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীয়েও দিব পাৰিব এই বিশেষ পৰীক্ষা।
হাইস্কুল-হাইমাদ্ৰাছা পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়েও দিব পাৰিব এই পৰীক্ষা।ছেবা কতৃপক্ষই জাননী যোগে জনাইছে এই কথা।।

You might also like
Leave A Reply

Your email address will not be published.