দেশৰ নতুন নৌ-সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ

ভাৰতীয় নৌ সেনাৰ নতুন প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ এডমিৰেল আৰ হৰি কুমাৰৰ। তেওঁক এডমিৰেল কে বি সিঙৰ স্থানত নিযুক্তি দিয়া হৈছে। দায়িত্ব গ্ৰহণ কৰাৰ পিছতে নতুন নৌসেনা প্ৰধানজনক চাউথ ব্লক লনত গাৰ্ড অফ অনাৰেৰে আদৰণী জনোৱা হয়।

এডমিৰেল আৰ হৰি কুমাৰে পশ্চিম নৌ সেনা কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।।

You might also like
Leave A Reply

Your email address will not be published.