টুইটাৰৰ CEO পদত ভাৰতীয়

ভাৰতীয় মূলৰ ৩৭ বছৰীয়া পৰাগ আগৰৱালৰ টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ। টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া জেক দৰ্চিয়ে উক্ত পদ এৰাৰ পিছতে সোমবাৰে আগৰৱালক কোম্পানীৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়। ২০১১ চনত টুইটাৰত যোগদান কৰা পৰাগ আগৰৱাল আই আই টি ব’ম্বেৰ স্নাতক ডিগ্ৰীধাৰী।।

You might also like
Leave A Reply

Your email address will not be published.