নিউজ ডেস্ক– এটা সুখবৰ। দেশত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৭০ হাজাৰ ৪২১গৰাকী লোক। মৃত্যু হৈছে ৩৯২১গৰাকীৰ। ১ লাখ ১৯ হাজাৰ ৫০১গৰাকী লোক সুস্থ হৈ উঠিছে।
অসমত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে ৩,৬৭৮ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৪৩ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ২৩২ গৰাকী। ৰাজ্যত সোমবাৰে আক্ৰান্তৰ হাৰ ২.৫২ শতাংশ।
বিশ্বত মুঠ আক্ৰান্ত ১৭৭,০২৭,৬৫৪ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৮২৭,৬৪৮ গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৬১,২০৪,৪১০ গৰাকী।◻◻◻◻
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ক’ভিড আপডেট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like