আজি পাকিস্তানৰ স্বাধীনতা দিৱস।
১৮৯৩ চনৰ এই দিনটোতে পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ-প্লেট লগোৱাৰ ৰীতি আৰম্ভ হৈছিল।
১৮৬২ চনৰ ১৪ আগষ্ট তাৰিখে বোম্বাই উচ্চ ন্যায়ালয় মুকলি কৰা হৈছিল।
১৯৮৮ চনৰ আজিৰ দিনটোতে মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হৈছিল।
১৯৫৬ চনৰ এই দিনটোতে প্ৰসিদ্ধ জাৰ্মান নাট্যকাৰ বাৰ্টোল্ড ব্লেখটৰ মৃত্যু হৈছিল।
২০০৮ চনৰ ১৪ আগষ্ট তাৰিখে এজনী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ আৰু পিছত হত্যাৰ অভিযোগত কলকাতাত ধনঞ্জয় চেটাৰ্জীৰ ফাঁচি হৈছিল।
১৯২৩ চনৰ আজিৰ দিনটোতে যশস্বী সাংবাদিক কুলদীপ নায়াৰৰ জন্ম হৈছিল।।