ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪৮ গৰাকী লোক। আক্ৰান্ত সকলৰ ১৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৮ গৰাকী ডিব্ৰুগড় জিলাৰ, ৩ গৰাকী গোৱালপাৰা জিলাৰ, ২ গৰাকী বাক্সা জিলাৰ আৰু ২ গৰাকী বঙাইগাঁও জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৫০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৩৭৯ গৰাকী । পজিটিভিটিৰ হাৰ ১.৬৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫০,৫৯৪ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.