পুলৱামাত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ গুলীয়াগুলী!

নেচনেল ডেস্ক:

পুলৱামাত এনকাউণ্টাৰ। সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ গুলীয়াগুলী। পুলৱামাৰ মিত্ৰিগ্ৰামত চলিছে নিৰাপত্তা বাহিনীৰ অভিযান। জম্মু-কাশ্মীৰ আৰক্ষীয়ে শনিবাৰে জনোৱা মতে, পুলৱামাৰ মিত্ৰিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হয় এনকাউণ্টাৰ। তিনিটাকৈ সন্ত্ৰাসবাদীক ঘেৰাও কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত অব্যাহত আছে দুইপক্ষৰ গুলীয়াগুলী।।

You might also like
Leave A Reply

Your email address will not be published.