অসমৰ কোন কোন বিদ্যালয়লৈ ভাল খবৰ?

নিউজ ডেস্ক:

ৰাজ্যৰ ২০খন হায়াৰ ছেকেণ্ডাৰী স্কুললৈ সুখবৰ। ১৩২,৮৬ কোটি টকাৰ অনুমোদন ড’নাৰ মন্ত্ৰানালয়ৰ। উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব ২০ বিদ্যালয়ো। নিৰ্বাচিত বিদ্যালয় কেইখন উত্তৰ গুৱাহাটীৰ এ.কে হায়াৰ ছেকেণ্ডাৰী, অম্বিকাগিৰি বালিকা বিদ্যালয়, পাণ্ডুৰ বিদ্যা মন্দিৰ হাইস্কুল, দদৰা হায়াৰ ছেকেণ্ডাৰী, জালুকবাৰী হায়াৰ ছেকেণ্ডাৰী, আজাৰৰ ৰাজধৰ বৰা হায়াৰ ছেকেণ্ডাৰী, আৰ্য বিদ্যাপীঠ হায়াৰ ছেকেণ্ডাৰী, সোণাপুৰ হায়াৰ ছেকেণ্ডাৰী, নাহৰগুৰিহাট হায়াৰ ছেকেণ্ডাৰী, গোপাল বড়ো হায়াৰ ছেকেণ্ডাৰী, দিছপুৰ হায়াৰ ছেকেণ্ডাৰী, ভাস্কৰ বিদ্যাপীঠ, গনেশ মন্দিৰ হায়াৰ ছেকেণ্ডাৰী, বাণীকান্ত মেমৰিয়েল হায়াৰ ছেকেণ্ডাৰী, ওপৰহালি হায়াৰ ছেকেণ্ডাৰী, ৰঙিয়া হায়াৰ ছেকেণ্ডাৰী, পাটি দৰং বিদ্যাপীঠ, পুঠিমাৰী হায়াৰ ছেকেণ্ডাৰী, পল্টন বজাৰৰ বেংগলী হায়াৰ ছেকেণ্ডাৰী আৰু ধাৰাপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল।।

You might also like
Leave A Reply

Your email address will not be published.