নিউজ ডেস্ক:
চোৰাং সৰবৰাহকাৰীৰ ট্ৰেনজিট পইন্টত পৰিণত গুৱাহাটী ৰেল ষ্টেচন। পুনৰ জব্দ বুজন পৰিমাণৰ সোণ-গাঞ্জা। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ ৩০ লক্ষাধিক টকা মূল্যৰ ৪খন সোণৰ বিস্কুট। আৰক্ষীৰ জালত বিহাৰৰ ধৰ্মেন্দ্ৰ কুমাৰ নামৰ এটা সৰবৰাহকাৰী। ইফালে পল্টনবজাৰ ৰেল ষ্টেচনত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত ৫টা বেগত ভৰাই ছিটৰ তলত লুকুৱাই অনা প্ৰায় ৯৪ কেজি গাঞ্জাও জব্দ। প্ৰায় ৪৭ লাখ টকা মূল্যৰ গাঞ্জাখিনি ডিমাপুৰৰ পৰা দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
চোৰাং সৰবৰাহকাৰীৰ ট্ৰেনজিট পইন্টত পৰিণত গুৱাহাটী ৰেল ষ্টেচন!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like