পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা

নেচনেল ডেস্ক

 

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক নৃশংস হত্যা । বিহপুৰীয়াৰ টংকেশ্বৰ বৰা নামৰ এজন যুৱকক কোৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰে বিহাৰৰ এজন ছিকিউৰিটী গাৰ্ডে । হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত আছিল টংকেশ্বৰ বৰা । হায়দৰাবাদ আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰীক গ্রেপ্তাৰ কৰিছে। কি কাৰণে অসমৰ যুৱকজনক হত্যা কৰা হ’ল এই কথা এতিয়াও পোহৰলৈ অহা নাই।।

You might also like
Leave A Reply

Your email address will not be published.