▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই চিপাহী বিদ্ৰোহৰ অগ্ৰণী সৈনিক মংগল পাণ্ডেক বৃটিছ চৰকাৰৰ ফাঁচি।
▶️১৮৯৪ চনৰ এই দিনটোতেই বাংলা সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু হৈছিল।
▶️১৯২৯ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ দিল্লীৰ চেন্ট্ৰেল এছেম্বলী ভৱনলৈ বোমা নিক্ষেপ আৰু স্বাধীনতাৰ প্ৰচাৰ পত্ৰ বিতৰণ। ধৰা পৰাৰ আগতে তেঁৱেই ভাৰতত প্ৰথমে ‘ইনকিলাব জিন্দাবাদ’ আৰু ‘সাম্ৰাজ্যবাদ নিপাত যাওক’ ধ্বনি দিছিল।
▶️১৯৭৩ চনৰ এই দিনটোতেই বিশ্ব বিখ্যাত চিত্ৰশিল্পী পাবলো পিকাছোৰ মৃত্যু হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই কবি,শিশু সাহিত্যিক ভৱানন্দ ৰাজখোৱাৰ মৃত্যু ঘটিছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই আকাশবাণীৰ বাতৰি পঢ়োঁতা, ঘোষক,অভিনেতা নীৰেন বৰুৱাৰ দেহাৱসান ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৮ এপ্ৰিল
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like