ছত্তীশগড়ৰত মহিলাসহ দুই মাওবাদী নিহত

নিউজ ডেস্ক:

 

ত্তীশগড়ৰ চুকমা জিলাৰ ভেজি অঞ্চলত ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ডৰ এটা অভিযানকাৰী দল আৰু মাওবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষত দুজন মাওবাদী নিহত হয় বুলি জানিব পৰা গৈছে৷
জিলাখনৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাৰ নেতৃত্বত চলোৱা হৈছিল উক্ত অভিযানটো। জানিব পৰা মতে অঞ্চলটোত বৰ্তমানেও উগ্ৰপন্থীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান৷

You might also like
Leave A Reply

Your email address will not be published.