Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Food
ডিগবৈ প্ৰেছ ক্লাৱৰ মহানুভৱতা
ব্যুৰ' ৰিপৰ্ট-
বিগত প্ৰায় চাৰি মাহে অঘৰী লোকক খাদ্য যোগান ধৰি এক মহান আদৰ্শ দেখুৱালে ডিগবৈ প্ৰেছ ক্লাবে।দেশত কভিড পৰিস্থিতিয়ে সাধাৰণ!-->!-->!-->…
Read More...
Read More...
আজি ২৩ আগষ্ট
➡️ ১৮৬৬ চনৰ আজিৰ দিনটোতে প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । ইতিহাসত এই চুক্তি ‘প্ৰাগ চুক্তি’ নামেৰে!-->…
Read More...
Read More...
আজি ২২ আগষ্ট
➡️ ১৬০২ চনৰ ২২ আগষ্টত মোগল যুগৰ প্ৰসিদ্ধ ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলৰ আততায়ীৰ হাতত মৃত্যু হৈছিল।
➡️ ১৮১৮ চনৰ ২২ আগষ্টত!-->!-->!-->…
Read More...
Read More...
আজি ২১ আগষ্ট
➡️ ১৯৯৫ চনৰ ২১ আগষ্টত ভাৰতীয় বিজ্ঞানী সুব্ৰাহ্মণ্যন চন্দ্ৰশেখৰৰ মৃত্যু হৈছিল।
➡️ ১৯৮৮ চনৰ আজিৰ দিনটোতে উত্তৰ ভাৰত, পূব ভাৰত আৰু নেপালৰ!-->!-->!-->…
Read More...
Read More...
আজি ২০ আগষ্ট
➡️ আজি সদ্ভাৱনা দিৱস।
➡️ ১৮৯৭ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰিছিল যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা!-->!-->!-->…
Read More...
Read More...
আজি ১৯ আগষ্ট
➡️ আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।
➡️ ১৯৯৪ চনৰ আজিৰ দিনটোতে দুবাৰকৈ (১৯৫৪,১৯৬২) ন'বেল বঁটা বিজয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু হৈছিল।
!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৬ আগষ্ট
➡️ ১৮৮৬ চনৰ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল ।
➡️ ১৯১০ চনৰ ১৬ আগষ্টত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য ‘গীতাঞ্জলি’ৰ প্ৰথম!-->!-->!-->…
Read More...
Read More...
আজি ১৪ আগষ্ট
➡️ আজি পাকিস্তানৰ স্বাধীনতা দিৱস।
➡️ ১৯৫৬ চনৰ আজিৰ দিনটোতে কেৰালাৰ মালয়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা, শ্ৰেষ্ঠ গ্ৰন্থকাৰলৈ বঁটা!-->!-->!-->…
Read More...
Read More...
আজি ১৩ আগষ্ট
➡️ ১৮৭২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হৈছিল। ১৯১৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ ন'বেল বঁটা লাভ!-->…
Read More...
Read More...
আজি ১১ আগষ্ট
➡️ ১৩৪৭ চনৰ আজিৰ দিনটোতে আলাউদ্দিন হাছানে বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
➡️ ১৮৫৮ চনৰ ১১ আগষ্টত বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্ৰীষ্টিয়ান!-->!-->!-->…
Read More...
Read More...