Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Tech
আজি ১২ ছেপ্টেম্বৰ
➡️ ১৩৯৮ চনৰ আজিৰ দিনটোতে তুৰ্কী অভিযানকাৰী টাইমুৰে ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰত লুন্ঠন কৰিছিল ।
➡️ ১৭৮৬ চনৰ ১২!-->!-->!-->…
Read More...
Read More...
আজি ১১ ছেপ্টেম্বৰ
➡️ ১৮৯৩ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলত ভাষণ প্ৰদান কৰিছিল।
➡️ ১৯৩৩ চনৰ ১১ ছেপ্টেম্বৰত ইংৰাজ সমাজসেৱিকা,!-->!-->!-->…
Read More...
Read More...
আজি ১০ ছেপ্টেম্বৰ
➡️ ১৮৭২ চনৰ আজিৰ দিনটোতে ৰঞ্জি ট্ৰফীৰ বাবে বিখ্যাত ৰঞ্জিত সিংজীৰ জন্ম হৈছিল।
➡️ ১৮৮৭ চনৰ ১০ ছেপ্টেম্বৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী!-->!-->!-->…
Read More...
Read More...
আজি ৯ ছেপ্টেম্বৰ
➡️ ১৮৫০ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ জনক ৰূপে অভিহিত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম হৈছিল ।
➡️ ১৯২৩ চনৰ ৯ ছেপ্টেম্বৰত অসমত!-->!-->!-->…
Read More...
Read More...
আজি ৮ ছেপ্টেম্বৰ
➡️ আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস।
➡️ ১৫০৪ চনৰ ৮ ছেপ্তেম্বৰত মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৃতি ‘ডেভিদ’ক ফ্লোৰেন্সৰ এটা গিৰ্জাত স্থাপন কৰা!-->!-->!-->…
Read More...
Read More...
আজি ৭ ছেপ্টেম্বৰ
➡️ ১৫৩৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হৈছিল ।
➡️ ১৯০৭ চনৰ ৭ ছেপ্টেম্বৰত সাহিত্যত প্ৰথম ন'বেল বঁটা বিজয়ী ছালী!-->!-->!-->…
Read More...
Read More...
আজি ৬ ছেপ্টেম্বৰ
➡️১৬৫৭ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট শ্বাহজাহান আকস্মিকভাৱে অসুস্থ হৈছিল। লগে লগে সিংহাসন দখলৰ বাবে পাৰিবাৰিক সংঘৰ্ষ আৰম্ভ হৈছিল ।
➡️ ১৭৬৬!-->!-->!-->…
Read More...
Read More...
আজি ৫ ছেপ্টেম্বৰ
➡️ আজি শিক্ষক দিৱস।
➡️ ১৬১২ চনৰ আজিৰ দিনটোতে চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নৌ-বাহিনী গঠন কৰিছিল ।
➡️ ১৮২৭ চনৰ ৫!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৪ ছেপ্টেম্বৰ
➡️ ১৮২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাতা দাদা ভাই নৌৰজীৰ জন্ম হৈছিল ।!-->…
Read More...
Read More...
আজি ৩ ছেপ্টেম্বৰ
➡️ আজি অভিৰুচি ক্ৰীড়া দিৱস।
➡️ ১৭৮৩ চনৰ ৩ ছেপ্তেম্বৰত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত!-->!-->!-->…
Read More...
Read More...