আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞানে?

১৪ টা দিন পাৰ হোৱাৰ পিছত চন্দ্ৰত এতিয়া দিনৰ পোহৰ!

নিউজ ডেস্কঃ

৪ টা দিন পাৰ হোৱাৰ পিছত চন্দ্ৰত এতিয়া দিনৰ পোহৰ! আকৌ সাৰ পাবনে বিক্ৰম আৰু প্ৰজ্ঞানে? চন্দ্ৰমাৰ দেশত পুনৰ সূৰ্যৰ পোহৰ। ১৪ দিনৰ অন্তত চন্দ্ৰত সূৰ্যৰ পোহৰ । পৃথিৱীৰ হিচাপত ১৪ দিনত চন্দ্ৰত এটা দিন আৰু আন ১৪টা দিন নিশা হয়। ১৪টা দিন পাৰ হোৱাৰ পিছত এতিয়া চন্দ্ৰমাৰ দেশত আঁতৰিছে আন্ধাৰ। সকলোৱে বাট চাইছে চন্দ্ৰযান–৩ৰ ৰ’ভাৰ প্ৰজ্ঞান আৰু বিক্ৰম লেণ্ডাৰ সাৰ পোৱালৈ।
জানিব পৰা মতে বিগত ১৪টা দিন ধৰি চন্দ্ৰমাৰ বুকুত শুই পৰিছিল প্ৰজ্ঞান আৰু বিক্ৰমে। এতিয়া সমগ্ৰ দেশবাসীৰ লগতে ISROৰ বিজ্ঞানীসকলেও আশা প্ৰকাশ কৰিছে বিক্ৰম আৰু প্ৰজ্ঞানৰ পুনৰ সক্ৰিয় হোৱা লৈ।

You might also like
Leave A Reply

Your email address will not be published.