Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Travel
আজি ৩ ছেপ্টেম্বৰ
➡️ আজি অভিৰুচি ক্ৰীড়া দিৱস।
➡️ ১৭৮৩ চনৰ ৩ ছেপ্তেম্বৰত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত!-->!-->!-->…
Read More...
Read More...
আজি ২ ছেপ্টেম্বৰ
➡️ ১৫৭৩ চনৰ ২ ছেপ্তেম্বৰত মোগল সম্ৰাট আকবৰে গুজৰাট দখল কৰিছিল।
➡️ ১৬৭৫ চনৰ আজিৰ দিনটোতে খ্যাতনামা ইংৰাজ লেখক উইলিয়াম ছামাৰভিলৰ জন্ম!-->!-->!-->…
Read More...
Read More...
মুকলি হ’ল ১০০% যাত্ৰীৰে আন্তঃজিলা যাতায়াত
কভিডৰ নতুন SOP????️নিশা ৮ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।????️নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য!-->…
Read More...
Read More...
আজি ১ ছেপ্টেম্বৰ
➡️ ১৭১৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইৰ মৃত্যু হৈছিল।
➡️ ভূ-দান আন্দোলনৰ নেতা ৱিনোৱা ভাৱেৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১ ছেপ্তেম্বৰত।
!-->!-->!-->!-->…
Read More...
Read More...
আজি ৩১ আগষ্ট
➡️ ১৫৬৯ চনৰ আজিৰ দিনটোতে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ জন্ম হৈছিল।
➡️ ১৮৭০ চনৰ ৩১ আগষ্টত ইটালীৰ শিক্ষাবিদ মাৰিয়া মণ্টেছৰীৰ জন্ম হৈছিল।
!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৩০ আগষ্ট
➡️ ১৭৯৭ চনৰ ৩০ আগষ্টত ইংৰাজ কবি শ্বেলীৰ পত্নী মেৰী ৱলষ্টনক্ৰেফট গডউইন শ্বেলীৰ জন্ম হৈছিল।‘ফ্ৰেংকেনষ্টাইন’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
➡️!-->!-->!-->…
Read More...
Read More...
আজি ২৯ আগষ্ট
➡️ আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
➡️ ১৮৬২ চনৰ ২৯ আগষ্টত বেলজিয়ামৰ কবি, নাট্যকাৰ মৰিচ মেটাৰলিংকৰ জন্ম হৈছিল ।
➡️ ভাৰতপ্ৰেমী ইংৰাজ!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ২৮ আগষ্ট
➡️ ১৭৪৯ চনৰ আজিৰ দিনটোতে জাৰ্মান সাহিত্যিক যোহান উলফগেং ভন গ্যেটৰ জন্ম হৈছিল।
➡️ ২০০২ চনৰ ২৮ আগষ্টত দেশৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ!-->!-->!-->…
Read More...
Read More...
আজি ২৭ আগষ্ট
➡️ ১৬০৪ চনৰ ২৭ আগষ্টত শিখ গুৰু অৰ্জুন দেৱে ‘গ্ৰন্থ চাহেব’ সংকলন আৰু সংগ্ৰহ কৰিছিল । এই বছৰৰে এই দিনটোতে ইয়াক অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সংৰক্ষণ!-->…
Read More...
Read More...
আজি ২৬ আগষ্ট
➡️ ১৩০৩ চনৰ ২৬ আগষ্টত আলাউদ্দিন খিলিজীয়ে চিতো দুৰ্গ দখল কৰিছিল।
➡️ ১৭২৩ চনৰ ২৬ আগষ্টত অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক লিউৱেনহুকৰ মৃত্যু!-->!-->!-->…
Read More...
Read More...