আন্তৰ্জাতিক মুদ্ৰা নিধি(IMF)ৰ মুখ্য অৰ্থনীতিবিদ ভাৰতীয় মূলৰ আমেৰিকান গীতা গোপীনাথক আই এম এফৰ উপ-পৰিচালন সঞ্চালক হিচাপে দায়িত্ব ভাৰ অৰ্পণ। তেওঁক পূৰ্বৰ জেফ্ৰি ওকামোটোৰ স্থানত স্থলাভিসিক্ত কৰা হৈছে। জেফ্ৰি ওকামোটোয়ে অহা বছৰৰ আৰম্ভণিতে আই এম এফ এৰিবলৈ সিদ্ধান্ত লৈছে।
উল্লেখ্য যে, গীতা গোপীনাথে বিগত তিনি বছৰে আই এম এফৰ মুখ্য অৰ্থনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like