ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১২৪ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬০ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৩ গৰাকী আক্ৰান্তৰ। সুস্থতাৰ হাৰ ৯৮.৬০ শতাংশ। বিগত ২৪ঘন্টাত আক্ৰান্তৰ হাৰ ০.৪৪শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৯,৭৬৫ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৪৭৭ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৯,৭৬৩গৰাকী লোক। আৰোগ্যৰ হাৰ ৯৮.৩৬শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.