ASSAM | National Film Awards announced : ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

নিউজ ডেস্ক: শ্ৰেষ্ঠ অভিনেতা: মাম্মুট্টি আৰু কাৰ্তিক আৰ্যন
শ্ৰেষ্ঠ অভিনেত্ৰী: য়ামি গৌতম
পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বিজয়ী

চিত্ৰনাট্য আৰু সৃষ্টিশীল শাখা
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: যোগেশ দেশপাণ্ডে — স্বৰ্গন্ধৰ্ব সুধীৰ ফাডকে (মাৰাঠী)
শ্ৰেষ্ঠ সংলাপ: ভেংকি আটলুৰি — লাকি ভাস্কৰ
কাৰিকৰী শাখা
শ্ৰেষ্ঠ শব্দ নক্সা (Sound Design): ভুল ভুলাইয়া ৩ — মনস চৌধুৰী
শ্ৰেষ্ঠ প্ৰডাকশ্যন ডিজাইন: কল্কি: ২৮৯৮ এডি — নীতিন জিহানি চৌধুৰী
শ্ৰেষ্ঠ প’ছাক ডিজাইন: পুষ্পা: দ্য ৰুল (ভাগ ২) — দীপালি নূৰ আৰু শীতল শৰ্মা
শ্ৰেষ্ঠ মেকআপ শিল্পী: কমিটি কুৰ্ৰোল্লু — পি ৰবি কুমাৰ
শ্ৰেষ্ঠ সংগীত পৰিচালক: আৰ্টিকল ৩৭০ — শশ্বত সচদেৱ
শ্ৰেষ্ঠ সংগীত পৰিচালনা: আমাৰান — জি. ভি. প্ৰকাশ কুমাৰ
শ্ৰেষ্ঠ গীতিকাৰ: মনোজ মুণ্টাশিৰ — মৈদান ছবিৰ “জানে দো” গীতৰ বাবে
শ্ৰেষ্ঠ নৃত্য পৰিচালনা: স্ত্ৰী ২ — বিজয় গাংগুলী
শ্ৰেষ্ঠ একচন পৰিচালনা: মহাৰাজা — অনল আৰাসু

ASSAM | National Film Awards announced : ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা
শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ

অসমীয়া: জুইফুল — যাদুমণি দত্ত
বঙালী: চলচিত্ৰ এখন — অঞ্জন দত্ত
গুজৰাটী: মাৰান — অভিষেক জৈন
হিন্দী: শ্ৰীকান্ত
কানাড়া: মিথ্যা — সুমন্ত ভাট
কংকণী: মগ আসুম
মালয়ালম: ফেমিনিচি ফাতিমা — ফাজিল মুহাম্মদ
মণিপুৰী: সুনীতা — য়ুমনাম অজিত সিং
মাৰাঠী: মুক্কাম পোষ্ট বম্বিলৱাড়ী — পৰেশ মোকাশী
ওড়িয়া: লাহাৰী — অমৰ্ত্য ভট্টাচাৰ্য
তামিল: ৰায়ান — ধনুষ
তেলুগু: কমিটি কুৰ্ৰোল্লু — যধু বংশী
গঢ়ৱালী: ঢোলী — দিনেশ পি. ভোঁছলে
তুলু: IMBU — শিৱধ্বজ ষ্টুডিঅ’

অ-পূৰ্ণদৈৰ্ঘ্য (Non-Feature) চলচ্চিত্ৰৰ বিজয়ী
সামাজিক আৰু পৰিৱেশ সংৰক্ষণমূলক শ্ৰেষ্ঠ অ-পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ: পিপলান্ত্ৰী: এ টেল অৱ ইকো ফেমিনিজম — সুৰজ কুমাৰ
শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ: Touched as Water — জশী বেনেডিক্ট
শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ: হামছফৰ
শ্ৰেষ্ঠ পৰিচালনা: আনন্দ এল. ৰায় — Statue of Unity: Ekta Ka Prateek
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ: Life in Loom — এডমণ্ড ৰেনছন
শ্ৰেষ্ঠ শব্দ নক্সা: Blue — টি. এছ. হৰি হৰা সুধন
শ্ৰেষ্ঠ সম্পাদনা: NDA — মনভীৰ জাসৰোটিয়া
শ্ৰেষ্ঠ সংগীত পৰিচালনা: Parat 41°chya Magavar (On the Trail of 41°) — শিৱপাল সিং কাং
শ্ৰেষ্ঠ বৰ্ণনাকাৰ: Little Planet: A Tale of Frogs — সৌন্দৰ্য জয়চন্দ্ৰন
শ্ৰেষ্ঠ চিত্ৰনাট্য: Obur (Clouds) — ফাৰাজ আলী

বিশেষ উল্লেখ
কেপ্টেইন মিলাৰ — ধনুষ
মেইয়াঝাগান
চোলা ডোৰা ঔৰ চুই — জয়মিন মোদী আৰু লোকেশ ঘাই
ভদ্ৰ-কালী নাটকম — আনন্দ জ্যোতি

You might also like
Leave A Reply

Your email address will not be published.