বিজনীত চুৰিকাণ্ড

ATMৰ ভিতৰত থকা টকা লৈ উধাও চোৰ

বিজনীত ATM চুৰি। নিশা বিজনী চহৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ ATMৰ ভিতৰত থকা টকাৰ বাকচলৈ উধাও চোৰ।বিজনী আৰক্ষী থানাৰ পৰা ডেৰশ মিটাৰ দূৰত্বত সংঘটিত হৈছে এই ঘটনা।ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ বিজনী আৰক্ষীৰ।
ইফালে মাণিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহা বজাৰতো হয় এটিএম চুৰিকাণ্ড। ভাৰতীয় ষ্টেট বেংকৰ ৰে’ল ষ্টেচনৰ সমিপত থকা এটিএমৰ টকাৰ বাকচ লৈ উধাও চোৰ।একে নিশাই দুটাকৈ এটিএম চুৰি কাণ্ডই আৰক্ষীৰ নিৰাপত্তাৰ দিশক লৈ উত্থাপন হৈছে প্ৰশ্ন।

You might also like
Leave A Reply

Your email address will not be published.