আজি ১১ জুুন

➡️১৭৬০  চনত মহীশূৰৰ নবাব হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।

➡️১৮৯৯ চনত  জাপানৰ বিশিষ্ট সাহিত্যিক ইয়াছু নাৰি কাৱাবাতাৰ জন্ম। ১৯৬৮ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

➡️১৯৬৮ চনত দেশজুৰি জৱাহাৰলাল নেহৰুৰ চিতাভস্ম বিসৰ্জন

 

➡️১৯৭৭ চনত ষষ্ঠ লোকসভা প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ।

 

➡️১৯৮৩ চনত বিশিষ্ট শিল্পপতি ঘনশ্যম দাস বিৰলাৰ ( জি ডি বিৰলা নামেৰে অধিক পৰিচিত ) লণ্ডনত মৃত্যু।

 

➡️২০০০ চনত শিক্ষাবিদ, ৰাজানীতিবিদ অজিত কুমাৰ শৰ্মাৰ মৃত্যু

You might also like
Leave A Reply

Your email address will not be published.