আজি ১৫ মে

আজি আন্তৰ্জাতিক পৰিয়াল দিৱস।

➡️১৮৫৯ চনত বিজ্ঞানী পীয়েৰ কুৰীৰ জন্ম।

➡️১৮৭৩ চনত   ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ  সিদ্ধান্ত।

➡️১৯১৪ চনত এভাৰেষ্ট জয়ী পৰ্বতাৰোহী টেনজিং নৰ্গেৰ জন্ম।

➡️১৯৯৬ চনত প্ৰফুল্ল কুমাৰ  মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অসমত ‘ অসম গণ পৰিষদ’ দলৰ চৰকাৰ গঠন। ২০০১ চনৰ পৰা ১৭ মে’ লৈকে প্ৰফুল্ল কুমাৰ মহন্তই মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.