কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা

টা গড়ঁৰ মৃতদেহক লৈ কলিয়াবৰত চাঞ্চল্যকৰ সৃষ্টি হৈছে। কলিয়াবৰ চাহ বাগিচাৰ সোনাৰী শাখাৰ ১৯ নম্বৰ বাগানত এটা গড়ঁৰ মৃতদেহ উদ্ধাৰ হৈছে। এদিন পুৰ্বে গড়ঁটোৰ মৃত্যু হোৱাৰ সন্দেহ। ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । কামাখ্যা পাহাৰ আৰু চাহ বাগিচাৰ সীমাৰ হোলাত উদ্ধাৰ গড়ঁটোৰ মৃতদেহ। দীৰ্ঘদিন ধৰি গড়ঁটোৱে অৱস্থান কৰি আছিল চাহ বাগিচাত। খাদ্যৰ সন্ধানত কাজিৰঙাৰ উলাই আহিছিল গড়ঁটো । গড়ঁটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। অক্ষত অৱস্থাত আছে গড়ঁটোৰ খৰ্গ।

You might also like
Leave A Reply

Your email address will not be published.